differ v.i.
/ ˈdifər /
ভিন্নতা
/ bhinnótaa /
Meanings
1
be unlike or dissimilar
পৃথক হ্, ভিন্ন হ্
"The second set of data differed from the first."
"তথ্যখিনিৰ দ্বিতীয় ভাগটো প্ৰথম ভাগটোৰ পৰা পৃথক হয় ।"
2
disagree
অসন্মত হ্, মতৰ অমিল হ্
"He differed from me on this opinion."
"এই মতটোত সি মোৰ সৈতে অসন্মত হৈছিল ।"