dialect n.
/ ˈdīəˌlekt /
উপভাষা
/ upóbhaaxaa /
Meanings
1
a particular form of a language that is peculiar to a specific region or social group
উপভাষা, দোৱান, স্থানীয় ভাষা, থলুৱা ভাষা
"This novel is written in the dialect of Assam."
"এই উপন্যাসখন অসমৰ থলুৱা ভাষাত ৰচনা কৰা হৈছে ।"