destine v.t.

/ ˈdestin /
ডেষ্টিন
/ dextin /
Meanings
1
intend or choose (someone or something) for a particular purpose or end
নিৰ্দিষ্ট কৰ্, স্থিৰ কৰ্, ভাগ্য নিৰ্ণয় কৰ্
"You can not destine my future."
"মোৰ ভবিষ্যত তুমি নিৰ্দিষ্ট কৰিব নোৱাৰা ।"