dent n.
/ dent /
ডেণ্ট
/ dentó /
Meanings
1
a slight hollow in a hard, even surface made by a blow or by the exertion of pressure
খুন্দা খাই হোৱা গাঁত, গাঁত, পোটোকা
"I made a dent in his car."
"মই তেওঁৰ গাড়ীখনত খুন্দিয়াই এটা গাঁত কৰিছিলোঁ ।"