correlate v.t.i.

/ ˈkôrəˌlāt /
সম্পৰ্কিত
/ sómpórkit /
Meanings
1
have a mutual relationship or connection, in which one thing affects or depends on another
সমন্বয় ঘট্ বা ঘটা, পৰস্পৰ সম্বন্ধযুক্ত হ্ বা কৰ্
"How can I correlate this to that ?"
"মই এইটোক সেইটোৰ সৈতে কেনেকৈ সমন্বয় ঘটাম ?"