correction n.

/ kəˈrekSH(ə)n /
সংশোধন
/ sóngshodhón /
Meanings
1
the action or process of correcting something
সংশোধন, শুধৰণি, সংস্কাৰ, নিৰ্ভুলকৰণ
"It was sent back for correction."
"এইখন শুধৰণিৰ কাৰণে ঘূৰাই পঠোৱা হৈছিল ।"