corral v.t.

/ kəˈral /
Meanings
1
put or keep (livestock) in a corral
খোৱাৰত ৰাখ্, গোহালিত ৰাখ্
"The sheep and goats were corralled at night."
"ভেড়া আৰু ছাগলীবোৰ ৰাতি খোৱাৰত ৰখা হৈছিল ।"