conspire v.t.i.

/ kənˈspī(ə)r /
ষড়যন্ত্ৰ কৰা
/ xórózóntró kóraa /
Meanings
1
make secret plans jointly to commit an unlawful or harmful act
ষড়যন্ত্ৰ কৰ্, চক্ৰান্ত কৰ্, অভিসন্ধি কৰ্
"They conspired against him."
"তেওঁলোকে তাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিছিল ।"
2
(of events or circumstances) seem to be working together to bring about a particular result, typically to someone's detriment
একে উদ্দেশ্যে মিলিত হ্, একে উদ্দেশ্যে কাম কৰ্