confirmation n.

/ ˌkänfərˈmāSH(ə)n /
নিশ্চিতকৰণ
/ nishchitókórón /
Meanings
1
the action of confirming something or the state of being confirmed
নিগাজীকৰণ, নিশ্চিত প্ৰমাণ
"No official confirmation is received."
"কোনো চৰকাৰী নিশ্চিত প্ৰমাণ পোৱা হোৱা নাই ।"