collude v.i.
/ kəˈlo͞od /
গোপন বুজাবুজি কৰা
/ gopón bujaabuji kóraa /
Meanings
1
come to a secret understanding for a harmful purpose; conspire
গোপনে ষড়যন্ত্ৰ কৰ্, চক্ৰান্ত কৰ্
"University leaders colluded in price-rigging."
"বিশ্ববিদ্যালয়ৰ বিষয়ববীয়া সকলে দামৰ অসৎ প্ৰচেষ্টাত চক্ৰান্ত কৰিছিল ।"