clue n.
/ klo͞o /
সূত্ৰ
/ sootró /
Meanings
1
a piece of evidence or information used in the detection of a crime or solving of a mystery
আঁত, সংকেত, সূত্ৰ, শুংসূত্ৰ, ভেদ, উৱাদিহ, গম, আভাস, তলানলা
"Police officers are still searching for clues."
"আৰক্ষী অধিকাৰী সকলে এতিয়াও সূত্ৰৰ কাৰণে সন্ধান কৰি আছে ।"