by prep.

/ bī /
দ্বাৰা
/ dbaaraa /
Meanings
1
identifying the agent performing an action
-ৰে, দ্বাৰা, হতুৱাই
"It can be controlled by speed."
"গতিৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি ।"
2
indicating location of a physical object beside a place or object
কাষত, ওচৰত, দাঁতিত
"Stand by the roadside."
"পথটোৰ কাষত থিয় হোৱা ।"