begrudge v.t.

/ bəˈɡrəj /
Meanings
1
envy (someone) the possession or enjoyment of (something)
হিংসা কৰ্, ঈৰ্ষা কৰ্
"She begrudged her friend the award."
"তাই তাইৰ বন্ধুৰ পুৰস্কাৰটোত হিংসা কৰিছিল ।"
2
give reluctantly or resentfully
সংকোচেৰে দিয়া
"Nobody begrudges a single penny spent on health."
"স্বাস্থ্যৰ ওপৰত খৰচ কৰা এটকাও কোনেও সংকোচেৰে নিদিয়ে ।"