atlas n.
/ ˈatləs /
এটলাছ
/ etólaach /
Meanings
1
a book of maps or charts
ভূচিত্ৰাৱলী
"I looked in the atlas to find a map of Italy."
"ইটালীৰ মানচিত্ৰ এখন বিচাৰিবলৈ মই ভূচিত্ৰাৱলীখনত চাইছিলোঁ ।"