assess v.t.
/ əˈses /
মূল্যাংকন কৰা
/ moolyaangkón kóraa /
Meanings
1
evaluate or estimate the nature, ability, or quality of
নিৰূপণ কৰ্, নিৰ্দ্ধাৰণ কৰ্, ধাৰ্য কৰ্
"We need more time to assess the situation."
"অৱস্থাটোৰ নিৰূপণ কৰিবলৈ আমাক অধিক সময়ৰ দৰকাৰ ।"
2
set the value of a tax, fine, etc., for (a person or property) at a specified level
কৰ বা মূল্য ধাৰ্য কৰ্
"All empty properties will be assessed at 50 percent."
"সকলো শূন্য সম্পত্তিৰ ৫০ শতাংশত মূল্য ধাৰ্য কৰা হ’ব ।"