applause n.
/ əˈplôz /
হাত চাপৰি বজোৱা
/ haat chaapóri bójowaa /
Meanings
1
approval or praise expressed by clapping
হাত চাপৰি মাৰি ব দি কৰা প্ৰশংসা, হৰ্ষধ্বনি, বাহ-বাহ, শলাগনি
"They gave him a round of applause."
"তেওঁলোকে তেওঁক হাত চাপৰি দি শলাগনি দিছিল ।"