applaud v.t.i.
/ əˈplôd /
হাত চাপৰি বজাব
/ haat chaapóri bójaabó /
Meanings
1
show approval or praise by clapping
হাত চাপৰি বজাই প্ৰশংসা কৰ্
"The crowd whistled and applauded."
"জনতাই সুহুৰিয়াইছিল আৰু হাত চাপৰি বজাই প্ৰশংসা কৰিছিল ।"
2
show strong approval of (a person or action); praise
শলাগ ল্, প্ৰশংসা কৰ্
"They applauded the decision."
"তেওঁলোকে সিদ্ধান্তটোৰ শলাগ লৈছিল ।"