aperture n.

/ ˈapərˌCHər,ˈapərˌCHo͝or /
এপাৰচাৰ
/ epaaróchaar /
Meanings
1
an opening, hole, or gap
বিন্ধা, ছিদ্ৰ, ৰন্ধ্ৰ
"Pass the rope through the aperture."
"বিন্ধাটোৰে ৰছিদাল পাৰ কৰি দিয়া ।"