antagonize v.t.

/ anˈtaɡəˌnīz /
বিৰোধিতা কৰা
/ birodhitaa kóraa /
Meanings
1
cause (someone) to become hostile
বিৰোধিতা কৰ্, বিৰোধী কৰ্
"He antagonized many colleagues during the wars."
"যুদ্ধৰ কালছোৱাত তেওঁ বহুতো সতীৰ্থক বিৰোধিতা কৰিছিল ।"