agent n.
/ ˈājənt /
এজেণ্ট
/ ejentó /
Meanings
1
a person who acts on behalf of another person or group
প্ৰতিনিধি, মুক্তিয়াৰ, নিযুক্তক, গোমন্তা, এজেণ্ট
"He acted as her agent."
"তেওঁ তাইৰ প্ৰতিনিধিৰূপে কাম কৰিছিল ।"
2
a person or thing that takes an active role or produces a specified effect
কৰ্তা, অভিকৰ্তা, কাৰক, কৰোঁতা, কৰ্ম্ম-কৰ্ত্তা, কৰ্মকৰ্তা
"Who was the agent behind this task ?"
"এই কামটোৰ পিছৰ কৰ্তা কোন আছিল ?"