again adv.

/ əˈɡen /
পুনৰ
/ punór /
Meanings
1
another time; once more
দুনাই, আকৌ, পুনঃ
"See you again."
"আকৌ দেখা হ’ম ।"
2
in addition to what has already been mentioned
অতিৰিক্ত, ওপৰঞ্চি
"The wages were low, but they made half as much again in tips."
"বেতন কম আছিল, কিন্তু টিপ হিচাপে অৰ্ধাংশৰ সমান ওপৰঞ্চি উপাৰ্জন কৰিছিল ।"