aftermath n.
/ ˈaftərˌmaTH /
তাৰ পিছৰ পৰিণতি
/ taar pichór pórinóti /
Meanings
1
the consequences or aftereffects of a significant unpleasant event
পৰিণাম
"Food prices soared in the aftermath of the drought."
"খৰাঙৰ পৰিণামত খোৱাবস্তুৰ দামবোৰৰ অধিক বৃদ্ধি হৈছিল ।"