after prep.
/ ˈaftər /
পাছত
/ paachót /
Meanings
1
during the period of time following (an event)
পিছত, পৰৱৰ্তী
"Shortly after winter."
"শীতৰ অলপ পিছতে ।"
2
behind
পিছফালে, পিছত
"He was standing after her."
"সি তাইৰ পিছফালে থিয় হৈ আছিল ।"