administer v.t.i.

/ ədˈminəstər /
প্ৰশাসন কৰা
/ próshaasón kóraa /
Meanings
1
manage and be responsible for the running of (a business, organization, etc.)
শাসন কৰ্, সঞ্চালন কৰ্, নিৰ্বাহ কৰ্
"Each school was administered separately."
"প্ৰতিখন বিদ্যালয় পৃথকৰূপে সঞ্চালন কৰা হৈছিল ।"
2
dispense or apply (a remedy or drug)
দে
"Crews are capable of administering drugs."
"কৰ্মীদলবোৰ ঔষধ দিয়াত সমৰ্থ হয় ।"