addition n.
/ əˈdiSH(ə)n /
যোগ
/ zog /
Meanings
1
the action or process of adding something to something else
যোগ, বৃদ্ধি, তেৰিজ, তেৰেজ
"The hotel has been extended with the addition of more rooms."
"হোটেলখন বহুতো কোঠাৰ বৃদ্ধিৰ সৈতে প্ৰসাৰ কৰা হৈছে ।"