actuate v.t.

/ ˈak(t)SHəˌwāt /
Meanings
1
cause (a machine or device) to operate
সক্ৰিয় কৰ্, চালিত কৰ্
"The pendulum actuates an electrical switch."
"দোলকটোৱে এটা বৈদ্যুতিক চুইট্​ছ সক্ৰিয় কৰে ।"
2
cause (someone) to act in a particular way; motivate
উৎসাহিত কৰ্, প্ৰেৰিত কৰ্
"Actuated by selfish motives."
"স্বাৰ্থপৰ উদ্দেশ্যৰে প্ৰেৰিত কৰা ।"