activity n.
/ akˈtivədē /
কাৰ্যকলাপ
/ kaaryókólaap /
Meanings
1
a specific deed, action, function, or sphere of action
কাৰ্য্যকলাপ, গতিবিধি
"Social activities."
"সামাজিক কাৰ্য্যকলাপবোৰ ।"
2
the state or quality of being active
তৎপৰতা, সক্ৰিয়তা
"He doesn't have enough physical activity in his life."
"তাৰ জীৱনত তাৰ বেছি শাৰীৰিক তৎপৰতা নাই ।"