actively adv.
/ ˈaktivlē /
সক্ৰিয়ভাৱে
/ sókriyóbhaawe /
Meanings
1
in an active manner
সক্ৰিয়তাৰে, তৎপৰতাৰে
"The company is actively looking for a buyer."
"প্ৰতিষ্ঠানটোৱে তৎপৰতাৰে এজন কিনোতা বিচাৰি আছে ।"