act v.t.i.

/ akt /
অভিনয়
/ óbhinóy /
Meanings
1
take action; do something
কাম কৰ্, ক্ৰিয়া কৰ্
"I shall certainly act on his suggestion."
"মই নিশ্চয় তেওঁৰ উপদেশ মতে কাম কৰিম ।"
2
perform a fictional role in a play, movie, or television production
ভাও দে বা ল্
"She acted in his film."
"তাই তেওঁৰ বোলছবিত ভাওঁ দিছিল ।"
3
behave so as to appear to be; pretend to be
অভিনয় কৰ্
"I acted dumb at first."
"প্ৰথমতে মই বোবাৰ অভিনয় কৰিছিলোঁ ।"