across prep.

/ əˈkrôs,əˈkräs /
ইমূৰৰ পৰা সিমূৰলৈ
/ imoorór póraa simooróloi /
Meanings
1
from one side to the other of (something)
চাৰিওফালে, এফালৰ পৰা আনফাললৈ, এপাৰৰ পৰা আনপাৰলৈ
"I ran across the street."
"মই পথটোৰ এপাৰৰ পৰা আনপাৰলৈ দৌৰিছিলোঁ ।"