acrimony n.
/ ˈakrəˌmōnē /
Meanings
1
bitterness or ill feeling
তিক্ততা, ৰুক্ষতা, উগ্ৰতা, কঠোৰতা
"The speaker attacked him with great acrimony."
"বক্তাজনে বৰ ৰুক্ষতাৰ সৈতে তেওঁক আক্ৰমণ কৰিছিল ।"