accommodate v.t.
/ əˈkäməˌdāt /
গ্ৰহণ কৰা
/ gróhón kóraa /
Meanings
1
(of physical space, especially a building) provide lodging or sufficient space for
খাবলৈ-থাকিবলৈ সুবিধা কৰি দে, উপযোগী কৰ্, স্থান দে
"Can you accommodate him also ?"
"তেওঁকো থাকিবলৈ সুবিধা কৰি দিব পাৰিবানে ?"