acclimatise v.t.i.

/ əˈklīməˌtīz /
Meanings
1
acclimate
নতুন জলবায়ুত থ‌কিবলৈ অভ্যস্ত হ্
"They acclimatized themselves before ascending Everest."
"এভাৰেষ্টত উঠাৰ আগতে তেওঁলোকে নিজকে নতুন জলবায়ুত থাকিবলৈ অভ্যস্ত হ’ব ধৰিছিল ।"