acclaim v.t.i.
/ əˈklām /
প্ৰশংসা কৰা
/ próshóngsaa kóraa /
Meanings
1
praise enthusiastically and publicly
জয়ধ্বনি দে, প্ৰশংসা কৰ্
"The conference was acclaimed as a considerable success."
"গুৰুত্বপূৰ্ণ সফলতাত সভাখনক প্ৰশংসা কৰা হৈছিল ।"