accept v.t.
/ əkˈsept /
গ্ৰহণ কৰা
/ gróhón kóraa /
Meanings
1
consent to receive (a thing offered)
গ্ৰহণ কৰ্, ল্
"He accepted a pen as a present."
"সি এটা কলম উপহাৰ হিচাপে লৈছিল ।"
2
believe or come to recognize (an opinion, explanation, etc.) as valid or correct
বিশ্বাস কৰ্, স্বীকাৰ কৰ্
"Learn to accept an apology."
"ক্ষমা স্বীকাৰ কৰিবলৈ শিকা ।"