accelerate v.t.i.
/ əkˈseləˌrāt /
ত্বৰান্বিত কৰা
/ tbóraanbit kóraa /
Meanings
1
(of a vehicle or other physical object) begin to move more quickly
গতিবেগ বাঢ় বা বঢ়া, খৰ হ্ বা কৰ্, খৰকতিয়া হ্ বা কৰ্
"Try to accelerate economic growth."
"অৰ্থনৈতিক উন্নতি খৰকতিয়া কৰিবলৈ চেষ্টা কৰা ।"