accede v.i.
/ əkˈsēd /
accede কৰক
/ accede kórók /
Meanings
1
assent or agree to a demand, request, or treaty
মান্তি হ্, সন্মত হ্
"They did not accede to the strikers' demands."
"তেওঁলোক ধৰ্মঘটকাৰী সকলৰ দাবীবোৰলৈ সন্মত হোৱা নাছিল ।"
2
assume an office or position
(পদ, কাৰ্য্যভাৰ) গ্ৰহণ কৰ্
"He acceded to the post of director in September."
"তেওঁ চেপ্তেম্বৰত নিৰ্দেশকৰ পদ গ্ৰহণ কৰিছিল ।"