abuse v.t.

/ əˈbyo͞oz /
অপব্যৱহাৰ
/ ópóbyówóhaar /
Meanings
1
to use wrongly or improperly; misuse
অপব্যৱহাৰ কৰ্
"The judge abused his power."
"বিচাৰকে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল ।"
2
to treat in a harmful, injurious, or offensive way
হানি কৰ্, ক্ষতি কৰ্
"Do not abuse your horses."
"তোমাৰ ঘোঁৰাবোৰৰ হানি নকৰিবা ।"
3
to speak insultingly, harshly, and unjustly to or about
নিন্দা কৰ্, গালি দে
"He had publicly abused me."
"তেওঁ মোক জনতাৰ মাজত নিন্দা কৰিছিল ।"