ably adv.

/ ˈāblē /
Meanings
1
skillfully; competently
নিপুনতাৰে, যোগ্যতাৰে, সক্ষমতাৰে
"He had explained our concerns very ably."
"তেওঁ আমাৰ উদ্বিগ্নতাবোৰ যোগ্যতাৰে বৰ্ণনা কৰিছিল ।"