ability n.

/ əˈbilədē /
সক্ষমতা
/ sókhyómótaa /
Meanings
1
possession of the means or skill to do something
দক্ষতা
"He had lost his ability to motivate the players."
"তেওঁ খেলুৱৈসকলক ‌অনুপ্ৰাণিত কৰোৱাৰ দক্ষতা হেৰাই পেলাইছিল ।"
2

"He has ability to compete."
"প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ যোগ্যতা আছে ।"
3

"He has ability to do this."
"এইটো কৰিবলৈ তেওঁৰ দক্ষতা আছে।"
4
talent, skill, or proficiency in a particular area
পটুতা, নিপুনতা, নৈপুণ্য
"A man of exceptional ability."
"এজন অসাধাৰণ নৈপুণ্যৰ মানু্হ ।"
5
possession of the means or skill to do something
যোগ্যতা, সামৰ্থ্য, দক্ষতা, নিপুণতা, ক্ষমতা
"He had lost his ability to motivate the players."
"তেওঁ খেলুৱৈসকলক ‌অনুপ্ৰাণিত কৰোৱাৰ দক্ষতা হেৰাই পেলাইছিল ।"
6
possession of the means or skill to do something
যোগ্যতা, সামৰ্থ্য, দক্ষতা, নিপুণতা, ক্ষমতা
"He has ability to compete."
"প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ যোগ্যতা আছে ।"
7
possession of the means or skill to do something
যোগ্যতা, সামৰ্থ্য, দক্ষতা, নিপুণতা, ক্ষমতা
"He has ability to do this."
"এইটো কৰিবলৈ তেওঁৰ দক্ষতা আছে।"
8
possession of the means or skill to do something
প্ৰতিভা, ক্ষমতা, যোগ্যতা, গুণ, দক্ষতা
"He had lost his ability to motivate the players."
"তেওঁ খেলুৱৈসকলক ‌অনুপ্ৰাণিত কৰোৱাৰ দক্ষতা হেৰাই পেলাইছিল ।"
9
possession of the means or skill to do something
প্ৰতিভা, ক্ষমতা, যোগ্যতা, গুণ, দক্ষতা
"He has ability to compete."
"প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ যোগ্যতা আছে ।"
10