abet v.t.

/ əˈbet /
~
/ ~ /
Meanings
1
to encourage, support, or countenance by aid or approval, usually in wrongdoing
বেয়া কাম কৰিবলৈ প্ৰৰোচিত কৰ্ বা উচটনি জগোৱা
"Did he aid or abet the crime?"
"তেওঁ অপৰাধটো কৰিবলৈ স‌হায় কৰিছিল বা উচটাইছিল নেকি ?"