abduct v.t.
/ abˈdəkt /
অপহৰণ
/ ópóhórón /
Meanings
1
take (someone) away illegally by force or deception; kidnap
বলেৰে বা ছল কৰি পলুৱাই নে, অপহৰণ কৰ্
"He may have been abducted."
"তেওঁক হয়তো অপহৰণ কৰিছে ।"