abandon v.t.

/ əˈbandən /
পৰিত্যাগ
/ pórityaag /
Meanings
1
desert
এৰ্, পৰিত্যাগ কৰ্
"Mother had abandoned her at an early age."
"মাকে তাইক সৰু বয়সতে পৰিত্যাগ কৰিছিল ।"
2
give up completely (a course of action, a practice, or a way of thinking)
এৰ্, পৰিত্যাগ কৰ্
"He had abandoned all his hope."
"তেওঁ তেওঁৰ সকলো আশা এৰিছিল ।"